অসমৰ অনলাইন শিক্ষাৰ ৱেবচাইট Learnomedia.com

অসমৰ অনলাইন শিক্ষাৰ এক নতুন সংযোজন

বৰ্তমান অসমৰ পৰিস্থিতি লক্ষ্য কৰিলে আমি দেখো যে অসমৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন শিক্ষাগ্ৰহণৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে আহি পৰিছে। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ বাবে আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাদানৰ বাবে স্কুল-কলেজ যাব পৰা নাই।
গতিকে এই অভাৱনীয় ক্ষতি কিছু পৰিমাণে হ’লেও হ্ৰাস কৰাৰ প্ৰয়াসেৰে আপোনালোকৰ বাবে তৈয়াৰ কৰি উলিওৱা হৈছে এটা ৱেবচাইট Learnomedia.com , য’ত শিক্ষক সকলে আপল’ড কৰা পাঠদান ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে গ্ৰহণ কৰিব পাৰিব

Teachers can

  • Provide their Tutorials, Class notes, Assignments, PDFs
  • Take Online Class Tests and Quiz
  • Take Assignment Submission from students

Students can

  • Enroll courses made by their teachers
  • Appear Class Tests online
  • Join groups of the particular subject and Live Chat

কিদৰে ব্যৱহাৰ কৰিব ?

বৰ্তমান শিক্ষকসকলক অনলাইন পাঠদানৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে যদিও সকলোৱে সুবিধাৰ অভাৱত ভালদৰে শিক্ষাদান কৰিব পৰা নাই।

ইয়াত শিক্ষকসকলে তেওঁলোকৰ নিৰ্দিষ্ট বিষয়ৰ এটা অনলাইন ক’ৰ্ছ বনাব পাৰিব য’ত তেওঁলোকে বিষয়টোৰ প্ৰতিটো পাঠৰ ন’ট্‌ছ, টিউটৰিয়েল, PDF আদি ছেপ্তাৰ অনুযায়ী আপল’ড কৰিব পাৰিব।

ছাত্ৰ ছাত্ৰীসকলে এনৰ’ল কৰা পিছত এইদৰে দেখা পাব। যিটো বিষয় চাব বিচাৰে তাৰ ইউনিটত ক্লিক কৰিলেই চাব পাৰিব।

Leave a Comment

Scroll to Top